আসন্ন নিৰ্বাচনে আমাৰ দেশক আলিদোমোজাত উপনীত কৰাইছে। আমাৰ সংবিধানে সকলো নাগৰিকক সম অধিকা্ৰৰ, খাদ্য, উপাসনা আৰু নিজৰ মতে জীৱন নিৰ্বাহৰ স্বাধীনতাৰ প্ৰতিশ্রুতি প্ৰদান কৰে। কিন্তু বিগত কিছু বছৰত, নাগৰিকসকলক তেওঁলোকৰ সম্প্ৰদা্য়, জাতি, লিংগ বা তেওঁলোক যিখন ক্ষেত্ৰৰ পৰা আহিছে- তাৰ ভিত্তিত তেওঁলোক লাঞ্ছিত বা বৈষম্যৰ চিকাৰ হোৱা আমি প্ৰত্যক্ষ কৰিছো। দেশক বিভাজিত কৰিবৰ বাবে ঘৃণাৰ ৰাজনীতি প্ৰ্ৰয়োগ কৰা হৈছে, ভয়ৰ সৃষ্টি কৰা হৈছে আৰু যিমান পাৰি সিমান নাগৰিকক সম্পূৰ্ণ নাগৰিক হিচাবে জীৱন নিৰ্বাহ কৰাৰ পৰা নিলগত ৰখা হৈছে। লেখক, চিত্ৰ নিৰ্মাতা, শিল্পী, গীতিকাৰ আৰু অন্যান্য সাংস্কৃতি কৰ্মীক নিৰ্যাতিত, ভীতিগ্ৰ্স্ত আৰু ছেন্সৰ কৰা হৈছে। যিয়েই ক্ষমতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে, তেওঁ মিছা আৰু অদ্ভুত অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ আশংকা থাকে।
আমি সকলোৱে ইয়াৰ পৰিবৰ্তন হোৱা
আমি এই কাম কেনেকে কৰিব পাৰো?
আমি তৎকালে গ্ৰহণ কৰিব পৰা প্
ভাৰতৰ বাবে ভোট দিয়াৰ ই একমাত্
[table id=3 /]
Read the statement in English here.